অমৰাবতী পুৰৰ দেৱগণ আৰু দুৰ্বাসা মুনি||কুৰ্ম অৱতাৰ||আলোক সন্ধানী সাংস্কৃতিক কেন্দ্ৰ,নামতি, শিৱসাগৰ||
চৰিত্ৰ :-অমৰাবতী দেৱগণৰ লগত দুৰ্বাসামুনি
আলোক সন্ধানী সাংস্কৃতিক কেন্দ্ৰ, নামতি শিৱসাগৰ, শিল্পীবৃন্দৰ দ্বাৰা
নাট :- কুৰ্ম অৱতাৰ
.
.
.
.
.
.
মহাপুৰুষ শংকৰদেৱৰ ভাওনা মূল উদ্দেশ্য আছিল নাট্যকৰ্মৰ জৰিয়তে ধৰ্ম প্ৰচাৰ মোক্ষপ্ৰাপ্তি আৰু কাম পূৰণ। সেই মহাপুৰুষজনা সৃষ্টিৰাজি ভাওনা নাট সমূহৰ কিছু দৃশ্যাংশৰ ভক্তপ্ৰাণ ৰাজৰ মাজলৈ লৈ যোৱা আমাৰ অকণমান প্ৰয়াস। আশা কৰোঁ সকলো ৰাইজে আদৰি ল'ব বুলি।
কৃষ্ণ 🙏
#vauna #short #assamese #video #follower #youtube #youtuber #originalcontent