গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ বিহু অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ, ছোফা, চকী যোগানৰ নামত সংঘটিত ভয়ংকৰ কেলেংকাৰী। বেকডেটেড নিবিদাৰ জৰিয়তে কী কী খ্যাত ভূপেন্দৰ পাল সিং বাহিনীয়ে সৰকাই নিলে ৰাজকোষৰ ১২.৬৮ কোটি টকা। দিছপুৰত কিয় ইমান চৰ্চিত কীকী? সবিশেষ চাওক....ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ সৈতে 'প্ৰতিদিন টাইম'ৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ এক আছুতীয়া সাক্ষাৎকাৰ।
#PratidinTime #AssamNews #bihu #worldrecord