MENU

Fun & Interesting

কীৰ্ত্তন- ও হৰি প্ৰভু জগন্নাথ 💐👏🏻| এক শৰণ ভাগৱতী সমাজ, অসম | Jonaki (জোনাকী) | #palnaam #kirtan

Video Not Working? Fix It Now

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু ৷ তাহান্ত বিনাই নাহি নাহি নাহি আমাৰ পৰম গুৰু ৷৷ কৃষ্ণ, জয় জগত গুৰু শ্ৰী মন্ত শংকৰ | 🙏🏻💐💐 JONAKI (জোনাকী) CHANNEL তোলে আপোনালোক সকলো বাপ বান্ধৱ, আই মাতৃ তথা তৰুণ-তৰুণীলে হিয়া ভৰা আদৰণি আৰু লগতে সহস্ৰ কোটি প্ৰণাম আৰু সেৱা জনাইছো 🙏🏻👏🏻💐| এই CHANNEL টোত আপোনা সৱে সকলো ভক্তি মূলক নাম-কীৰ্ত্তন, ভাগৱত বাখ্যা আদিৰ ভিদিঅ (Video) পাব | সেয়েহে আপোনা সৱক এটি বিনম্ৰ অনুৰোধ যে channel তো LIKE , SUBSCRIBE কৰে আৰু লগতে আপোনালোকৰ নিজৰ বন্ধু-বান্ধবি সৈতেও SHARE কৰি Support কৰে যেন যাতে আগলৈকেও এই দৰে video আগবঢ়াব পাৰোঁ | কৃষ্ণ ৰাম 💐💐💐🙏🏻|

Comment