ব’হাগ বিহুৰ আনন্দ ম্লান কৰিব পৰা এটা ভয়ংকৰ খবৰ। ২৩ বছৰীয়া বাধা আঁতৰিল, গেৰুকামুখত সাজু ‘জলবোমা’। মাৰ্চত কাৰ্যক্ষম হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প। অসমীয়াক বিপদত পেলাই মুনাফা আদায়ৰ বাবে কেনেদৰে সাজু NHPC? #PratidinTime #AssamNews #assam