ভাগৱত পাঠ// দ্বিতীয় স্কন্ধঃ ঈশ্বৰ-তত্ব কথন(দুলড়ী)// পাঠঃ শ্ৰীযুত বিজয় গোৱালা//ক্ৰমাঙ্ক ২২// bhagawat
ভাগৱত পাঠ// দ্বিতীয় স্কন্ধঃ ঈশ্বৰ-তত্ব কথন(দুলড়ী)// পাঠঃ শ্ৰীযুত বিজয় গোৱালা//ক্ৰমাঙ্ক ২২// bhagawat path by bijoy guwala, part 22.
ওঁ নমো ভগৱতে বাসুদেৱায়।।
শ্লোক----
"নিগমকল্পতৰোৰ্গলিতং ফলং শুকমুখাদমৃতদ্ৰব সংযুতম।
পিবত ভাগবতং ৰসমালয়ং মুহুৰহো ৰসিকা ভূবি
ভাবুকাঃ।।".
দৈনিক একাদিক্ৰমে ভাগৱতৰ পাঠৰ ৰেকৰ্ডিং আমাৰ এই youtube চেনেলটিত আপলোড কৰাৰ প্ৰয়াস কৰা হৈছে । আজিৰ পাঠ শ্ৰীযুত বিজয় গোৱালা বাপজনাৰ কণ্ঠত । সমস্তজনৰ আশীষ প্ৰাৰ্থনা কৰি সেৱা ধৰিলোঁ । কৃষ্ণ
#জয়_গুৰু_শঙ্কৰ
(আশাকৰোঁ লিংক টি share কৰাৰ লগতে চেনেলটি subscribe কৰিব)