➡️কিমান আৰু নিকৃষ্ট পৰ্যায়লৈ নামিব মুখ্যমন্ত্ৰী মহোদয়....!
➡️সাংবাদিক শ্বাহ আলমৰ নাম সোধাৰ চলেৰে ধৰ্ম বিচাৰ কৰি সংযোগ ঘটাই দিলে USTM ৰ মালিক মহবুবুল হকৰ লগত।
➡️বাৰে বাংকৰা কথাৰে দায় সাৰিব চেষ্টা কৰিলেও পাছে সাংবাদিক শ্বাহ আলমে কোনো অসত্য-অযুক্তিকৰ প্ৰশ্ন সোধা নাছিল!
➡️একাংশ "গোডী মিডিয়া"ৰ সাংবাদিকৰ দৰে আপোনাৰ শ্ৰুতলিপি মতে প্ৰশ্ন কৰিব লাগিছিল নেকি বা ভেবা লাগি চাই থাকিব লাগিছিল নেকি আলমে?
➡️আমি দেখুৱাম প্ৰকৃততে পাহাৰ কটা জেহাদে আপোনাৰ সমষ্টিত ফ্লাড জেহাদৰ সৃষ্টি কৰিছে নে নাই!
➡️মুখ্যমন্ত্ৰী মহোদয়, ধৰ্মৰ আফিং ৰাইজে গিলা এৰিছে...! হিন্দুৰ পোষ্টাৰ বয় হোৱাৰ ব্যৰ্থ চেষ্টা পৰিহাৰ কৰক!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now