MENU

Fun & Interesting

ভাগৱত গীতা সাৰ ২১ মিনিটতে | সকলো সমস্যা সমাধানৰ বাবে ভগৱানে দিয়া ১১টা উপদেশ | geeta updesh assamese

Chitra Ranjan Nath 398,045 lượt xem 1 year ago
Video Not Working? Fix It Now

ভাগৱত গীতাৰ ১১টা উপদেশ
ভাগবত গীতাৰ এই ১১টা উপদেশ আপোনাৰ জীৱনৰ সকলো দিশতে বহুত বেছি কামত আহিব
প্ৰতিটো বেয়া পৰিস্থিতি, সমস্যাত আপোনাক সঠিক দিশত আগুৱাই নিব
প্ৰতি পুৱা এই উপদেশ এবাৰ হ'লেও শুনিলে আপুনি এটা সুন্দৰ দিনৰ আৰম্ভণি কৰিব পাৰিব

-জয় শ্ৰী কৃষ্ণ-

আমি কি?
আমি কোন?
জীয়াই থকাৰ সঠিক পদ্ধতি কি?
মৃত্যুৰ পিছত আমাৰ লগত কি হয়?
এই ব্ৰহ্মাণ্ডৰ কিদৰে সৃষ্টি হ’ল?
সঁচাই ভগৱান আছেনে?
যদি ভগৱান আছে, তেন্তে ক’ত আছে?
সঁচাই আপুনিও পুনৰ জনম পাবনে?
এই জীৱন কেৱল মায়া নে কেৱল এক সপোন?
এই পৃথিৱীত নিজৰ সপোন কিদৰে পূৰণ কৰিব লাগে?
ব্যক্তিত্ব কিদৰে গঢ় দিব লাগে?
যিকোনোধৰণৰ চিন্তা-ভাৱনাৰ পৰা কিদৰে নিজকে উদ্ধাৰ কৰিব পাৰি?
পজিটিভ এনাৰ্জী ক’ৰ পৰা আহৰণ কৰিব লাগে?
ডিপ্ৰেশ্যনৰ পৰা কিদৰে মুক্ত হ’ব পাৰি?
সুখ আচলতে কি?
যিকোনো দিশতে কিদৰে আগবাঢ়িব লাগে?
জীৱনলৈ যিমানেই ডাঙৰ সমস্যা নাহক লাগে
সেই সমস্যাৰ সমাধান আপুনি কিদৰে উলিয়াব লাগিব?
জীৱনৰ প্ৰতিটো জটিল পৰিস্থিতিত কিদৰে সিদ্ধান্ত লোৱা উচিত?
ব্যৱসায়ত কিদৰে সফলতা অৰ্জন কৰিব পাৰি?
যিকোনো কামত কষ্ট কিদৰে কৰিব লাগে?
আদি সকলো প্ৰশ্নৰ উত্তৰ লাগে যদি এবাৰ সম্পূৰ্ণকৈ চাই লওক



📷 জীৱনত চমৎকাৰ আনিব পৰা আমাৰ আন Video সমূহৰ Links তলত দিছো 👇👇
প্ৰাৰ্থনা কৰাৰ পিছতো কিয় ভগৱানে সহায় নকৰে চাই লওক- https://youtu.be/YpVMWBBpwWA

যিকোনো বিষয় এবাৰ পঢ়িলেই মনত ৰোৱাতো বিচাৰে যদি এই ভিডিঅ’টো চাওক- https://youtu.be/mwSoOea3IYA

এই মন্ত্ৰটো জানিলে জীৱনত যি বিচাৰিব তাকেই পাব- https://youtu.be/5wSl4tDflXg

কাৰোবাক বহুত বেছি ভাল পাই যদি এবাৰ চাই লওক- https://youtu.be/m13uoMSfyKw

ধনী হোৱাৰ প্ৰকৃত পদ্ধতি জানি লওক- https://youtu.be/Qqx_v4lEGvY


Your Queries-
শ্ৰীমদ্ভাগৱত গীতা সাৰ
ভাগৱত গীতাসাৰ
ভগৱান শ্ৰী কৃষ্ণই দিয়া উপদেশ
Geeta Saar
geeta updesh assamese
krishna vani
সদায় ৰাতিপুৱা শুন
কৃষ্ণ বাণী
কলিযুগৰ সত্য
গীতা মহাত্ম্য
গীতা উপদেশ
geeta gyan
bhagwat geeta
assamese motivational video
inspirational speech
assamese spiritual



#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#inspirational
#assam
#assamese
#krishnavani
#bhagwatgeetasaar
#motivationalspeech
#krishnaupdesh

Comment