MENU

Fun & Interesting

প্রতিদিন মিডিয়া নেটৱৰ্কৰ দা কনক্লেভ-২০২৪ৰ মঞ্চত অসমৰ ৪ ৰাজনীতিবিদৰ তীব্র যুক্তিযুদ্ধ.....

Pratidin Time 68,627 5 months ago
Video Not Working? Fix It Now

প্রতিদিন মিডিয়া নেটৱৰ্কৰ দা কনক্লেভ-২০২৪ৰ মঞ্চত অসমৰ ৪ ৰাজনীতিবিদৰ তীব্র যুক্তিযুদ্ধ। প্রথমবাৰলৈ অখিল গগৈৰ সৈতে সমুখ সমৰত দেখা গ’ল BTCৰ মুৰব্বী প্রমোদ বড়োক। অখিল গগৈৰ সৈতে বাকযুদ্ধ বিজেপি সাংসদ দিলীপ শইকীয়াৰো। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতেও কথাৰ কটাকটি সাংসদ দিলীপ শইকীয়াৰ। #TheConclave2024 #PratidinConclave #Pratidintime #AsomiyaPratidin #lurinjyotigogoi #akhilgogoi

Comment