MENU

Fun & Interesting

পূৰ্ণ পুৰুষ শ্ৰীকৃষ্ণৰ গুণ সমূহ জানো আহক ।

Video Not Working? Fix It Now

এই ভিডিঅ'টোত ভগৱান কৃষ্ণৰ ১৬টা উল্লেখযোগ্য দক্ষতা বিশদভাৱে উল্লেখ কৰা হৈছে যিবোৰ মানুহে আহৰণ কৰি নিজৰ আৰু সমাজৰ হকে প্ৰয়োগ কৰিব পাৰে।১৬টা বৈশিষ্ট্যৰ নায্য যুক্তি আছে আৰু যিকোনো ব্যক্তিয়ে শিকিবলৈ সিদ্ধান্ত ল’লে আয়ত্ব কৰিব পাৰে। আশাকৰোঁ এইবোৰৰ ওপৰত সজাগতাই ৰাইজক ইয়াক অনুসৰণ কৰিবলৈ প্ৰেৰণা দিব আৰু সেয়াই মোৰ এই video টো প্ৰচাৰ কৰাৰ একমাত্ৰ উদ্দেশ্য। This video elaborates 16 significant skills of Lord Krishna which can be acquired by human beings and applied for the benefit of self and the society. The 16 attributes have genuine logics and anybody decides to learn can be done. I hope that awareness on these will motivate the people to pursue it and so it's the sole objective of publishing my video

Comment