MENU

Fun & Interesting

গ্ৰীণৰূমত মৈত্ৰেয়ী

Video Not Working? Fix It Now

ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত সপ্তম বাৰ্ষিক বৃহত্তৰ ডিব্ৰুগড় ৰঙালী উৎসৱ ২০২১ সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণি হৈছিল সন্ধিয়া ৫ বজাৰ পৰা উপস্থিত আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰং বসন্ত উৎসৱত অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দলৰ খিতাপ অৰ্জন কৰা বিৰিণা বিহু দলৰ হুঁচৰি প্ৰদৰ্শন মেছ কছাৰী সকলৰ হুঁচৰি প্ৰদৰ্শন বাঁহী বাদন তেজপুৰ থেচপিয়ান অভিনেত্ৰী সুনীতা কৌশিকৰ বিহু নৃত্য প্ৰদৰ্শন দীপশিখা বৰাৰ সংগীতানুষ্ঠান শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ সংগীতানুষ্ঠান নিশা ১১ বজাত সামৰণি পৰে।

Comment