MENU

Fun & Interesting

কৃষ্ণগুৰু এক কীৰ্তনেৰে মুখৰিত সৰ্থেবাৰীৰ নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রম, ‘বিশেষ আধাঘণ্টা’

Pratidin Time 3,027 3 weeks ago
Video Not Working? Fix It Now

কৃষ্ণ নামে গুঞ্জৰিত হয় আধ্যাত্মিক চিন্তা-চেতনা কৃষ্ণগুৰু এক কীৰ্তনেৰে মুখৰিত সৰ্থেবাৰীৰ নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রম ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে কৃষ্ণগুৰু অখণ্ড এক নাম কীৰ্তন হাজাৰ ভকতৰ সমাৱেশেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত নসত্র ১২ দিন ধৰি অবিৰতভাৱে চলিব কৃষ্ণগুৰু এক নাম কীৰ্তন সমান্তৰালকৈ চলি থাকিব ভাগৱত পাঠ সাংবাদিক নকুল তালুকদাৰৰ সৈতে ‘বিশেষ আধাঘণ্টা’ #PratidinTime #AssamNews #Assam

Comment