MENU

Fun & Interesting

১১ বছৰ মঘাই ওজাৰ সান্নিধ্য লাভ কৰা বগাই বৰা ওজা লগত চিনাকি হওঁ আহক। please Like, Share & Subscribe.

BAAP Pranjal Bora 23,960 lượt xem 4 years ago
Video Not Working? Fix It Now

ঢোলটি লৈ অ'
জিনিলি হৃদয়.....
সংঘাতময় চৰ্চাত বাধ্য হৈ
ৰজাই দিলে স্বীকৃতি.......
হাতীগড়ত বৈ গ'ল উচাহৰ ঢল......

প্রথমতে Baap Pranjal Bora ইউ টিউব চেনেলটিৰ পৰা আপোনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

যোৰহাট জিলাৰ বালিচাপৰি বঁহত গাঁও অঞ্চলৰ বগাই বৰা ওজাই শৈশৱতে প্ৰাথমিক শিক্ষাৰ লগে লগে জ্যেষ্ঠ সহোদৰ শ্ৰদ্ধেয় নবীন বৰা পৰা অসমীয়াৰ বাপতি সাহোন ঢোল বাদ্যৰ আদি পাঠ নিজ ভেটিত গ্ৰহণ কৰি বাদন শৈলীৰ চমকেৰে, মূলা বঢ়াৰ চিন কুঁহিপাততে দেখুৱাই অসমীয়াৰ চিৰবৰেণ্য গণশিল্পী মঘাই ওজা আৰু নৰাম ওজাৰ দৃষ্টিত ধৰা দি সুন্দৰৰ সেন্দুৰীয়া বাটৰ ৰাইজ সমাদৃত পথিত হ'ল।

ঢোলটি কান্ধত লৈ গুৰু মঘাই ওজাৰ পদৰেণুৰে ৰঞ্জিত পথেদি, চৰম দ্রৰিদ্রতাকো আওকাণ কৰি এসময়ত গুৰুৰ লগত পালি হৈ, সু-দীর্ঘ জীৱন নৱ প্ৰজন্মৰ বাবে বুটাফুলীয়া চানেকী কৰি গ'ল।

শেষত আমাৰ ইউ টিউব চেনেলৰ তৰফৰ পৰা আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
🙏ধন্যবাদ 🙏


#uja
#dhol
#ujal_dhol
#bihu
#baappranjalbora

Comment