১৮৫০ চনতেই প্ৰতিষ্ঠিত এখন গাঁও ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামফাকে গাঁও । দৃষ্টিনন্দন পৰিবেশে সকলোৰে মন মুগ্ধ কৰিব পৰা এইখন গাঁৱলৈ স্থানীয় পৰ্যটকতকৈ বেছি আহে বিদেশী পৰ্যটক।