বৈষ্ণৱ পণ্ডিত, প্ৰয়াত সোণাৰাম চুতীয়া আতাৰ এটি সাৰুৱা ভাষণ । শুনকচোন..
নগাঁও জিলাত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মহাৰজত জয়ন্তীত চুতীয়াদেৱে এই ভাষণ আগবঢ়াইছিল । এইধৰণৰ Video যদি আপোনাৰ সতে আছে তেন্তে আমালৈ প্ৰেৰণ কৰিব পাৰে । আমি শ্ৰদ্ধাসহকাৰে সেই Video প্ৰচাৰ কৰিম । আমাৰ WhatsApp নম্বৰ– ৯৯৫৪৮২৭৬৮৪ । নতুবা ই-মেইলো কৰিব পাৰে– [email protected] ত ।