♦ জাক জাক শগুনে ঘৰ পতা মানুহগৰাকীক এঘৰীয়া কৰিছিল ৰাইজে ।
♦ এঘৰীয়া হৈও শগুনক ঘৰ পাতি দিছিল নিজৰ বাৰীখনত।
♦ ১৬ বছৰ বিনা বেতনেৰে চাকৰি কৰিও বিক্ৰী নকৰিলে গছ ।
♦ ৰাইজক আকৰ্ষণ কৰিবলৈ তেওঁৰ ছ'চিয়েল মিডিয়া নাই।
♦ নিৰৱে সেৱা কৰি অহা মহিলাগৰাকী কিছু দেৰিকৈহে জিলিকিল সমাজত ।
Ishan News
https://ishannews.com/
Ishan news, facebook page
https://www.facebook.com/newsishan
Ishan news twitter account
https://twitter.com/Newsishan
Ishan News Instagram
https://instagram.com/newsishan
Ishan News Koo
https://www.kooapp.com/profile/ishannews