MENU

Fun & Interesting

এডভাণ্টেজ আছাম 2.0-এ ২ লাখ যুৱক-যুৱতীক দিব চাকৰি, গঢ়িব নতুন অসম

News Live 10,452 5 hours ago
Video Not Working? Fix It Now

📌এডভাণ্টেজ আছাম 2.0ত ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকাৰ বিনিয়োগ। ইয়াৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীয়ে পাব নিযুক্তি। এডভাণ্টেজ আছামৰ জৰিয়তে গঢ়িব নতুন অসম। অহা ৫ বছৰত দেশৰ সেউজ অৰ্থনীতিৰ হাব হ'ব অসম। অসমক পিছুৱাই নিবলৈ এতিয়া আৰু ৰাজনীতি নকৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/

Comment