MENU

Fun & Interesting

নাম প্ৰসংগ27,অভিশ্ৰান্ত হাজৰিকা দেৱৰ nam prokhong,nam prosongo,naam, nam,@agogoimusicproduction9278

Agogoi music production 49,429 lượt xem 2 years ago
Video Not Working? Fix It Now

এই নাম ভাগ বৈকুণ্ঠগামী লোকনাথ দত্ত বাপৰ একাদশ দিৱসৰ দিনা যোৰহাট জিলা ৰ ষষ্ঠ মান শ্রেণীৰ ছাত্ৰ অভিশ্ৰান্ত হাজৰিকা দেবে আঁত ধৰি আমাৰ আগত প্ৰকাশ কৰি এক আদৰ্শ দেখাই গল আমি সকলোৱে অতি শ্ৰদ্ধাৰে তেওঁক অভিনন্দন জ্ঞাপন কৰি সেৱা ধৰিলোঁ , কৃষ্ণ
ভকত বৈষ্ণৱ সকলে শুনি ভাল পালে আগলৈ ও এনেকৈ দিবৰ বাবে like আৰু কমেণ্ট কৰিব আৰু subscribe বুটাম টো আৰু লগতে বেল চিনটো দবাই দিব ।
কৃষ্ণ
@bhaktinijora3720 @bhaktibyanjak5307 @জ্যোতিময়Jyotimoy @BobiPhukan @achyutsaikia-namghar @ShemarooBhakti

Comment