MENU

Fun & Interesting

বৰালি মাছৰে মাৰ লগত আজি দুপৰীয়াৰ আহাৰ | A day with my mother |

AMAR GAON 504,874 3 years ago
Video Not Working? Fix It Now

আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন । আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব । মৰমেৰে "আমাৰ গাঁও" Our Facebook link-https://www.facebook.com/Amargaon12/ Our Instagram link-https://instagram.com/amargaon20?utm_medium=copy_link Watch all our videos -https://www.youtube.com/channel/UCfgrieu_9X77-9QxIg5r2_A some other videos..... * Nature gives us all everything-https://www.youtube.com/watch?v=0qDI8Yw-JAY *The lifestyle of the people on the bank of our Disang river-https://www.youtube.com/watch?v=ZHArCfRkfEU *A special fishing day-https://www.youtube.com/watch?v=trDKEg_UzIM&t=181s *A beautiful day of the harvesting season to reap our golden paddy fields-https://www.youtube.com/watch?v=ZpAAalr0cAM #villagelifestyle #villagecooking #ethnicfood #amargaon #villagekitchen

Comment