Advantage Assam-অসমৰ সম্ভাৱনা আৰু প্রগতিৰ অভিযান
দেশ-বিদেশৰ উদ্যোগপতিৰ মহামিলনথলীত পৰিণত Advantage Assam
ৰাজ্য চৰকাৰেৰে দেশী-বিদেশী উদ্যোগপতিৰ কোটি কোটি টকাৰ বুজাবুজি চুক্তি
অসমত এক লাখ কোটি টকা বিনিয়োগ কৰিব আদানি-আম্বানিয়ে
ৰাজ্য চৰকাৰেৰে ৩০ হাজাৰ কোটি টকাৰ বুজাবুজি চুক্তি টাটাৰ
এছাৰ, JSW আদি বহুজাতিক প্রতিষ্ঠানৰো ৰাজ্য চৰকাৰেৰে চুক্তি
Advantage Assamত অসমীয়া বিনিয়োগকাৰীৰ চমক
ৰয়েল গ্ল’বেল, S N Group, প্রতিক্ষা হাস্পতালৰ বহু কোটিৰ চুক্তি
Advantage Assamৰ সকলো সামৰি মৃণাল তালুকদাৰৰ বিশেষ অনুষ্ঠান
খানাপাৰাৰ Advantage Assamস্থলীৰ পৰা LIVE
মৃণাল তালুকদাৰৰ ‘বিশ্লেষণ’
#PratidinTime #AssamNews #advantageassam2025 #mrinaltalukdar #bisleshan