9864165280.....9435203211
Assam Tourism ত আছে বহুত টকা।
কল্পনা কৰিব নোৱাৰা টকা উপাৰ্জনৰ পথ আছে।
Hotel, homestay, Guesthouse ৰ ব্যবসায় কৰক।
চৰকাৰী সুবিধা গ্ৰহণ কৰক।
পৰিকল্পিত ভাবে আগবাঢ়িলে সফলতা আছে।
বিদেশী পৰ্য্যটকে ভাল পায় অসমৰ খাদ্য।
টকা উৰি আছে, থাপমাৰি ধৰিবলৈ কৌশল লাগে।
মাজুলীৰ মাজুলীৰ বিশিষ্ট উদ্যোগী Indukalpa Bharali ডাঙৰীয়াৰ সৈতে বাৰ্তালাপ।
Niribili Homestay ত থাকিলো।
Homestay নে Three star hotel ধৰিবলৈ অসুবিধা।
দেশী বিদেশী পৰ্য্যটকৰ অন্যতম পছন্দৰ ঠাই।
#majuli #niribilihomestay #chakrrapanniparashar