MENU

Fun & Interesting

বৈকুণ্ঠলোক ক'ত অৱস্থিত? পৰমব্ৰহ্ম ভগৱান ক'ত থাকে? Baikunthaluk.

Kakati Creation 13,575 2 years ago
Video Not Working? Fix It Now

Title 👉 বৈকুণ্ঠলোক ক'ত অৱস্থিত? পৰমব্ৰহ্ম ভগৱান ক'ত থাকে? Baikunthaluk. আজি বৈকুণ্ঠলোকৰ বিষয়ে কিছু কথা কবলৈ লৈছো । আমি সকলোৱে সৰুৰে পৰা এই কথা শুনি আহিছো আৰু শাস্ত্ৰ সমূহতো পাইছো যে, বৈকুণ্ঠলোকত ভগৱান বিষ্ণু নিবাস কৰে। মৃত্যুৰ পাছত পুণ্যাত্মা সকলে বৈকুণ্ঠলোকত স্থান লাভ কৰে। তেতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে, এই বৈকুণ্ঠলোক ক'ত অৱস্থিত? বৈকুণ্ঠলোকলৈ যোৱাৰ উপায় কি ? শাস্ত্ৰত যি বৈকুণ্ঠলোকৰ কথা উল্লেখ আছে, সেই বৈকুণ্ঠলোক কোনে দেখা পাইছে ? আৰু আমি কেতিয়াবা বৈকুণ্ঠলোকলৈ যাব পাৰিম নে ? বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে । এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে । Music 👉 Morning_Flute_Music ......................................... Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉 #তুলসীৰ_উৎপত্তি_কথা https://youtu.be/pioJsebSSqM ................................................ #শ্ৰীকৃষ্ণৰ_অষ্টম_পত্নী_বিবাহ_কথা https://youtu.be/Rb4gZElOLAk ................................................ #গঙ্গা_দেৱী_উৎপত্তি_কথা https://youtu.be/m1doCIhgheE ................................................ #দেৱীৰ_নাম_দুৰ্গা_কেনেকৈ_হল https://youtu.be/yoCu8xtmMOE .............................................. #শকুন্তলাৰ_প্ৰেম_কাহিনী https://youtu.be/OYOJfs_1Jag .............................................. #ব্ৰহ্মাস্ত্ৰ_বৈদিক_পৰমাণু_শক্তি https://youtu.be/OYOJfs_1Jag ................................................ Channel Link 👉 https://youtube.com/c/KakatiCreation Facebook Link 👉 https://www.facebook.com/jayanta.kakati.90 . Contact Mail 👉 [email protected] .............................................. #বৈকুণ্ঠলোক_ক'ত_অৱস্থিত #পৰমব্ৰহ্ম_ভগৱান_ক'ত_থাকে #Baikunthaluk #Tini_lok_Chaidhya_bhuban #তিনিলোক_কি_কি #চৈধ্য_ভূৱন_কি_কি #সপ্তস্বৰ্গ_কি_কি #বিশ্ব_ব্ৰহ্মাণ্ড #ৰসাতল_কত_আছে #dimensions

Comment