#BananaStemPickle #Taruphukan #Assam
প্ৰথম মোৰ চেনেলত কল পচলাৰ আচাৰৰ ৰেচিপিটো দিছো ।বহুতে চাই নিজৰ চেনেলত দি দাবী কৰে ।
Banana stem pickle ...1st in Taruphukan Channel .
Ingredients:
banana stem--
bamboo shoot
salt and turmeric powder
garlic and Ginger
red chilli powder
jeera powder
dhaniya powder
boot jolokia
mustard oil
mustard seeds
jeera seeds
পচলা এটা কোমল চাই যিমান মিহিকৈ পাৰে কাটি ল'ব ।
কেৰাহিত ৩ বা ৪ টেবুল চামুচ তেল দি পকিলে গোটা জীৰা ,সৰিয়হ দি মচমচীয়া কৰক; চকলিয়াই লোৱা নহৰু -আদা দিব ।জ্বলাই নেপালাব ।ততে পচলাখিনি দি নিমখ ,হালধি ,জীৰা গুড়ি আৰু ধনিয়া গুড়ি ১/৪ চামুচকৈ ,ৰঙ গুড়া ১চামুচ ,ভোট জলকীয়া এটা দি ভাজক ।সিজালে নমাই লৈ তাতে টেঙা ভালপোৱা অনুসৰি খৰিচা মিলাওক ।কেৰাহিতে মুকলিকৈ ঠাণ্ডা হ'বলৈ দিয়ক ।কেৰাহিত তেনেদৰে ৰ'দাব পাৰে নতুৱা একেবাৰে ঠাণ্ডা হ'লে বটলত ভৰাইও ৰ'দাব পাৰে ।ভালদৰে ৰ'দালে বহু দিনলৈ বহুত ভাল হৈ থাকে আচাৰ।
💗_________________________________________👇
Follow Taru Phukan on Instagram
https://Instagram.com/Taruphukan
Follow Taru Phukan on Facebook
https://Facebook.com/taruphukanofficial
For More Visit my Food Blog
https://Taruphukan.com