Baruah Pig Farm, Kukuramara || গাহৰি পালন কৰি এটিয়া স্বাৱলম্বী || Pig Farming is profitable
গাহৰি পালন কৰি এটিয়া স্বাৱলম্বী কুকুৰামৰা গাৱঁৰ যুৱক শান্তনু বৰুৱা। ৬ টা গাহৰিৰে আৰম্ভ কৰা ফাৰ্মখনত এটিয়া প্ৰায় ৪০ টা গাহৰি আছে।
Baruah Pig Farm
#pigfarmvideo #pigfarming #jintuvlogs