ভাগ্যশ্রী দেৱীৰ দিহানাম|জয় হৰি গোবিন্দ|Bhagyashree Devi|Dihanam|Joy hori gobinda|Palnam Sivsagar|
সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত অনুষ্ঠিত হোৱা সংকল্পিত মহা পালনামত ভাগ্যশ্রী দেৱীৰ দিহানাম🙏💖🙏
গীত-"জয় হৰি গোবিন্দ"
স্থান-বৰ্ডিং খেলপথাৰ,শিৱসাগৰ।
#BhagyashreeDevi#Dihanam#SumitSaikia_Official
#Horinam
#Tokarigeet
#Voktigeet
#PalnamSivsagar