গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া ককাইদেউ ৰ সোঁৱৰণত উজনি অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ভাৱৰীয়া তথা কলা - কৌশলী সকল একত্ৰিত হৈ "সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ" ভাওনা ভাগি আদ্যশ্ৰাদ্ধৰ দ্বিতীয় দিনা পৰিবেশন কৰে ।
সকলোৱে video টি চাব আৰু like, comment & share কৰি দিব বুলি আশা ৰাখিলোঁ 🙏
#ভাওনা
#bhauna
#ৰাজীৱ_শদিয়া
#rajibsadiya
#সিন্ধু_মুনিৰ_পিতৃ_ভক্তি