২ নং বলিয়া ঘাট বৰুৱাচুকৰ বৰনামঘৰত ৪দিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা ভাৰ্গৱত পাঠৰ সামৰণি অনুষ্ঠানত আয়োজন কৰা স্থানীয় যুৱক বৃন্দৰ আৰু আমন্ত্ৰিত শিল্পী দ্বাৰা পৰিৱেশিত ভাওনা।
নাট:বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ।(প্ৰথম খণ্ড)
স্থান:২নং বলিয়া ঘাট বৰুৱাচুক বৰ নামঘৰ,কোঁৱৰপুৰ(শিৱসাগৰ)
🌟গায়ন:যদু দত্ত।
🌟বায়ন:অনুপম শইকীয়া(লাকী)।
🌟সহযোগী গায়ন:কাকু নেওঁগ।
🌟বাঁহী:অভিনাশ বড়া।
#bipro_damudar_akhya
#bhaona
#vauna
#vawna
#bhauna
#Sonjib Mix
#অসমীয়াভাওনাসংস্কৃতি
#assamese_vauna
Bipro damudar akhyan
Bhaona
Vauna
Vawna
bhauna
sonjib Mix
অসমীয়া ভাওনা সংষ্কৃতি
assamese vauna