#BreakingNews টীম INDIAৰ সন্মুখত ২৫২ ৰানৰ টাৰ্গেট বান্ধি দিলে নিউজিলেণ্ডে।
#BreakingNews টীম INDIAৰ সন্মুখত ২৫২ ৰানৰ টাৰ্গেট বান্ধি দিলে নিউজিলেণ্ডে। ছেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচৰ ৰোমাঞ্চকৰ মেচ। কোনে পিন্ধিব বিজয়ৰ মুকুত। আশাবাদী ভাৰতীয় অনুৰাগী। ভাৰতে পাৰ কৰিব পাৰিব নে নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্য? কৰক মন্তব্য।