MENU

Fun & Interesting

BUWARI II Assamese Short Film II বোৱাৰী II অসমীয়া চুটি ছবি

Video Not Working? Fix It Now

Assamese Short Film II BUWARI II অসমীয়া চুটি ছবি II বোৱাৰী ----- নাট্যকাৰ শ্ৰীননী মাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্তদিগন্তৰ পৰিচালনাৰে , শ্ৰীঅংকুৰ ডেকাৰ প্ৰযোজনাৰে নিৰ্মিত ২২ সংখ্যক অসমীয়া চুটি ছবি বোৱাৰী আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ | Our Other Channel link https://www.youtube.com/channel/UCvkqRnvtucVLE8lr2-kuVyg/featured

Comment