MENU

Fun & Interesting

Chilling child-kidnapping incident in Guwahati

News Live 1,210,469 7 years ago
Video Not Working? Fix It Now

গুৱাহাটীত এক শিহৰণকাৰী অপহৰণকাণ্ড। মাজনিশা শুই থকা অৱস্থাতে মাকৰ বুকুৰ পৰা দুবছৰীয়া শিশুক লৈ পলায়ন এক দুৰ্ধৰ্ষ অপৰাধীৰ। নামত ৰিক্সা চালক, কেইবাটাও অপৰাধ কাণ্ডৰ খলনায়ক মমতাজ আলীৰ গুৱাহাটীৰ বামুনীমৈদামত নিশাৰ অন্ধকাৰত খিৰিকীৰে দুবছৰীয়া সন্তানক অপহৰণ কৰি ধন ঘটাৰ কুঅভিপ্ৰায়। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for latest update of news: https://newslivetv.org/

Comment