MENU

Fun & Interesting

Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

NKTV PLUS 6,092 1 week ago
Video Not Working? Fix It Now

হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈৰ বাকযুদ্ধত উত্তাল ৰাজ্য পত্নীসহ সাংসদ গৌৰৱৰ ‘পাকিস্তান লিংক’ক লৈ সৰৱ মুখ্যমন্ত্ৰী NGOৰ চলেৰে ISIৰ হৈ কাম কৰাৰ অভিযোগ গৌৰৱ পত্নীৰ বিৰুদ্ধে কেবিনেটত আলোচনা, CIDত ৰুজু গোচৰ, গঠন ৫জনীয়া SIT ISI আছে বিজেপিতহে, ‘লেতেৰা-ভিত্তিহীন’ ৰাজনীতি পৰিহাৰৰ আহ্বান গৌৰৱৰ ‘অপপ্ৰচাৰত সমগ্ৰ বিজেপি জঁপিয়াই পৰিলেও নিপিছুৱাওঁ’ মই তৰুণ গগৈৰ সন্তান বুলি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীয়ে নাজানে সাংসদসকলৰ কি নীতি-নিয়মঃ কংগ্ৰেছ সাংসদ গৌৰৱ CIDত গোচৰ ৰুজু পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধেহে গোচৰ ৰুজু নহ’ল গৌৰৱ গগৈ বা তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধেহে অসম আৰক্ষীয়ে কেনেকৈ তদন্ত কৰিব আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে? বিজেপিৰ ১২টা প্ৰশ্নৰ উত্তৰ দিবনে সাংসদ গৌৰৱ গগৈয়ে? এলিজাবেথ ক’লবাৰ্ণে আজিও কিয় নল’লে ভাৰতীয় নাগৰিকত্ব? প্ৰশ্ন বিজেপিৰ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ জেহাদ ৰাজনৈতিক শত্ৰুতা নেকি? ’২৬ৰ নিৰ্বাচনৰ সৈতে সম্পৰ্ক আছে নেকি মুখ্যমন্ত্ৰীৰ এই জেহাদৰ? কোন সঁচা, কোন মিছা? কিয় হঠাৎ এই প্ৰচাৰ? গৌৰৱ গগৈৰ উত্তৰে প্ৰকৃততে সূচাইছে কি? ৰাষ্ট্ৰীয় সুৰক্ষা বিঘ্নিত কৰিব পৰা কাম কৰিছে নেকি গৌৰৱ গগৈয়ে? বিপদত পৰিব পাৰে নেকি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী? Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

Comment