এগৰাকী লোকবাদ্য বজোৱা শিল্পী ঘৰত মই//#দেৱেশ্বৰ মৰান//#Debeshwar Moran
*যৌৱন কালৰ পৰাই তেওঁ জানে বজাব লোকবাদ্য
*ডেকা কালত গাইছিল বিহু গীত যাৰ গীতত মতলীয়া হৈ নাচিছিল গাভৰু সকলে
*এতিয়াও গাব জানে মন-প্ৰাণ যোৰোৱা বিহুগীত
*লোকবাদ্যৰ তালে তালে গাই গল অতীতৰ সেই নিভাজ বিহু
*শিল্পী গৰাকীয়ে কৈ গল অতীতৰ মধুৰ কথা কলে নিভাজ গাঁও জীৱনৰ সংস্কৃতিৰ কথা
*শুনিলে থাকিব মন যোৱা কন্ঠ আৰু লোকবাদ্যত আঙুলিৰ ভাজত উলিয়াই এক আকৰ্ষণীয় মাত