MENU

Fun & Interesting

Dhemaji Raiting vauna শ্ৰী ভগৱত দৰ্শন,@কল্পতৰু সাংস্কৃতিক গোষ্ঠী@ধেমাজী@jaanmoni vlogs🥰🥰

Jaanmoni borphukan 180 lượt xem 1 month ago
Video Not Working? Fix It Now

শ্ৰী ভগৱত দৰ্শন,Raiting Dhemaji অভিনয়@কল্পতৰু সাংস্কৃতিক গোষ্ঠী@ধেমাজী@শ্ৰী ভগৱত দৰ্শন,
#অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা।[1] শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। বৰ্তমান এনে নাটক ভাওনা বোলা হয় আৰু ৰচনা কাৰ্যক নাট-কটা বা নাট-লেখা বুলি কোৱা হয়###শ্ৰী ভগৱত দৰ্শন,

Comment