MENU

Fun & Interesting

Disposal glass ত ঘৰতে বনোৱা বেচন আৰু হালধিৰ চাবোন।বগা আৰু উজ্জ্বল ছাল পাবলৈ ব্যৱহাৰ কৰক।।

NIYOR DEEPA LIFESTYLE 131,843 lượt xem 4 years ago
Video Not Working? Fix It Now

ঘৰতে ঘৰুৱা সামগ্ৰীয়ে বনোৱা চাবোন যি আপোনাৰ ছালৰ উজ্জলতা দুগুণ বৃদ্ধি কৰিব। কেতিয়াবা দেখা যায় কেমিকেল যুক্ত Face wash বা cleanser ব্যৱহাৰ কৰাৰ ফলত আমাৰ ছালৰ উজ্জ্বলতা আৰু কোমলতা নাইকিয়া হৈ যায়। প্ৰকৃতিৰ পৰা পোৱা এনেবোৰ সামগ্ৰীয়ে আপোনাৰ ছালৰ যত্ন ল'ব পাৰে।
skin & hair care related video সমূহ Niyordeepa Lifestyle Channel টোত ভবিষ্যতলৈও পাই থাকিব ।

Please subscribe my channel
Thanks for watching my video
My another Channel Niyordeepa lifestyle vlog
https://youtu.be/jlN_l9VwecQ
https://www.instagram.com/niyordeepalifestyle/

Comment