শ্ৰদ্ধাৰ সুৰীয়া শিল্পী,অসমৰ সংগীত জগতলৈ ৰোমান্টিক গীতৰ এক সুকীয়া ধাৰা আনিবলৈ সক্ষম হোৱা ৰোমান্টিক গীতৰ সম্ৰাট' বিজয় ভূঞা দেৱৰ এটি সুমধুৰ গীত আপোনালোকলৈ আগবঢ়ালো।