MENU

Fun & Interesting

একলব্যৰ কাহিনী। আঙুলি কটাৰ পাছত একলব্যৰ কি হ'ল? Eklavya.

Kakati Creation 12,765 1 day ago
Video Not Working? Fix It Now

Description 👉 একলব্যৰ কাহিনী। আঙুলি কটাৰ পাছত একলব্যৰ কি হ'ল? Eklavya. একলব্য মহাভাৰতৰ এটা উল্লেখযোগ্য চৰিত্ৰ আছিল। একলব্য নিষাধৰাজ হিৰণ্যধনুৰ পুত্ৰ আছিল। একলব্যই নিজৰ সোঁহাতৰ বুঢ়া আঙুলিটো কাটি গুৰু দ্ৰোণাচাৰ্য্য‌ক গুৰু দক্ষিণা দিছিল আৰু তাৰ পাছৰে পৰা একলব্য প্ৰসিদ্ধ হৈ পৰিছিল। কিন্তু সোঁহাতৰ বুঢ়া আঙুলিটো নোহোৱা হোৱাৰ পাছতো একলব্যই ধনুৰ্বিদ্যা ত্যাগ কৰা নাছিল। আহকচোন গুৰু দক্ষিণা দিয়াৰ পাছত একলব্যৰ কি হ'ল আজি সেই কথাকেই জানো। Your Queries - একলব্যৰ কাহিনী আঙুলি কটাৰ পাছত একলব্যৰ কি হ'ল Eklavya ভক্তি তত্ত্ব কাকতি চেনেল কাকতি ক্ৰিয়েচন Kakoti Creation kakati creation kakati channel পৌৰাণিক কাহিনী Assamese story Assamese stories Assamese motivational story --------------------------------- বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, কাহিনী, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে । Video content 👉 এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে । Music 👉 ......................................... Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉 👉 ৰজা পৰীক্ষিত আৰু তক্ষক https://youtu.be/4y2JcQrVSkg?si=mmoLnopm6aAOivkd 👉 ব্ৰহ্মাই সৃষ্টি কৰা প্ৰথম জীৱ কি https://youtu.be/ajuTVl7l8_o?si=pGJVyiXe-MWYE3Wb 👉 ঋষি মাৰ্কণ্ডেয়ৰ কথা https://youtu.be/m8P1EHbFU0U?si=vYpGWILWEiEgYnXo 👉 শুক মুনি কোন আছিল https://youtu.be/68yZldD0S6U?si=Aw7IYSk7CiAgZ5Pl 👉 ৰজা পৰীক্ষিত আৰু শুকদেৱ https://youtu.be/520kj6oxYig?si=b0XOz-aOBFGIlMHM 👉 ৰজা পৰীক্ষিত আৰু কলিযুগ https://youtu.be/v2Ktk0Nkd8A?si=CWbK2YPXAc6qH02t 👉 ভগৱান শ্ৰীকৃষ্ণই কৈছিল। মৃত্যুৰ আগতে মানুহে কিছুমান সংকেত লাভ কৰে https://youtu.be/MSYxavOGDfY?si=JC__hjoXx2tTywt5 --------------------------------- #একলব্যৰ_কাহিনী #আঙুলি_কটাৰ_পাছত_একলব্যৰ_কি_হ'ল #Eklavya #কাকতি_ক্ৰিয়েচন #কাকতি_চেনেল #Kakoti_Creation #Kakati_Creation #Kakati_Channel #আধ্যাত্মিক_তত্ত্ব #ভক্তি_তত্ত্ব #ভক্তি_ৰস #পৌৰাণিক_কাহিনী #Assamese_story

Comment