ফেব্ৰুৱাৰী মাহত কি কি খেতি কৰিব পাৰি জানোঁ আহঁক। #agriculture #brahmaputra_goat_farm #agriculture_tips #farming
ফেব্ৰুৱাৰী মাহত কৰিব পৰা বহু খেতি আছে। ইয়াৰ ভিতৰত অসমৰ কৃষকে লাভজনক খেতি বোৰ হ'ল - তিয়ঁহ, ভেন্দি, জিকা, ভোল, কোমৰা, ডাংবডি, ডাটা, ধনিয়া, লাফা, আদি। খেতি বাতিত সফল হ'বলৈ উন্নত মানৰ বীজ ৰোপণ কৰা উচিত। ইয়াৰোপৰি উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰিব লাগে। সঠিক মাত্ৰাত সঠিক সময়ত উপযুক্ত সাৰ প্ৰয়োগ কৰা উচিত।