MENU

Fun & Interesting

Good News For All HSLC & HS Students || মেট্ৰিকৰ লগতে HS চূড়ান্ত পৰীক্ষাত পাছ কৰিলে কি কি Award পাব

Students & Job Media 16,973 lượt xem 5 days ago
Video Not Working? Fix It Now

Good News For All HSLC & HS Students || মেট্ৰিকৰ লগতে HS চূড়ান্ত পৰীক্ষাত পাছ কৰিলে কি কি Award পাব






ভিডিওটোত কেইবাটাওঁ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। যেনে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। লগতে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি Division,গণিত বিষয়ৰ প্ৰশ্নকাকত সহজ বা টান‌ হোৱা আৰু লগতে গ্ৰেৰ্চ মাৰ্ক কেইটা বিষয়ত দিয়া হ'ব আৰু কিমান নম্বৰ কৈ দিয়া হ'ব। আৰু লগতে উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ ঘটনা সম্পৰ্কে আলোচনা কৰা হৈছে। গতিকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিওটো চোৱাৰ অনুৰোধ জনালোঁ ধন্যবাদ।








#hs #hslc #hslc2025 #hslcnews #hsscooty #nijutmoinaaconi #hslcresult2025 #hsexamnews #hslcresult #hslccompartmentel #compartmental2025 #socialscience #hs2025 #hsnews #seba #ahsec #gracemark #ranojpegu #assamesenews #assamesenewstoday #himantabiswasarma #ranojpegu #students&jobmedia

Comment