MENU

Fun & Interesting

সমাজখনেই আপোনাৰ উন্নতিত বাধা দিয়ে | Heart touching motivational quotes | assamese motivation

Chitra Ranjan Nath 191,702 1 year ago
Video Not Working? Fix It Now

সমাজখনেই আপোনাৰ উন্নতিত বাধা দিয়ে | Heart touching motivational quotes | assamese motivation নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ’টোৱে আপোনাৰ জীৱনত সাংঘাটিকভাবে প্ৰভাৱ পেলাব বুলি আমি নিশ্চিত। এজন ব্যক্তিয়ে জীৱনটোত সন্মুখীন হোৱা সকলোধৰণৰ সমস্যা বা পৰিস্থিতি আৰু সেই সমস্যা বা পৰিস্থিতিৰ পৰা কিদৰে নিজকে বচাই ৰাখিব পাৰি আদি সকলো কথা ভিডিঅ’টোত উল্লেখ আছে। এই কথাখিনিয়ে আপোনাক জীৱনটো সহজভাবে আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব। কিদৰে এখন সমাজে আমাক প্ৰতি খোজতে বাধা দিয়ে, আমাৰ হৃদয়ত আঘাত কৰে, এই সকলো কথা আজি আপুনি ভালদৰেই উপলব্ধি কৰিব পাৰিব। অনুগ্ৰহ কৰি এবাৰ নিজৰ বাবেই চাই লওক। আমাৰ চেনেলৰ আন কেইটামান অতি জৰুৰী ভিডিঅ’ৰ লিংক তলত দিয়া আছে, হাতত যদি সময় আছে চাবলৈ নাপাহৰিব– বেছি ভদ্ৰ নহ’ব– https://youtu.be/yXdwoGiYrCU?si=JnN-tJ2zZcUqLtzg ১০টা কথা শিকি লওক, সমাজত তেতিয়াহে গুৰুত্ব বাঢ়িব– https://youtu.be/eBZTP-C96fM?si=C-IlA1PRxkvdiF9T আপোন মানুহে শত্ৰুতা কৰিলে কি কৰিব?– https://youtu.be/HQFMG9br-oI?si=y7aC7kvy-CY6zl7B বুদ্ধিমান মানুহৰ ৫টা অভ্যাস– https://youtu.be/OqZNLHFs2VU?si=zdR-0zQAq7pvMb44 সকলোতকৈ বিশ্বাসঘাটক কোন? পুৰুষ নে নাৰী? মহাদেৱে কি কৈছে শুনক– https://youtu.be/lww0hG4FVjs?si=1-Xtt_Gb9tTMszAm ধনী হ’ব বিচাৰে যদি ৪টা কথা কাকো নক’ব – https://youtu.be/H9FbboRoJG8?si=ZHTiz-L95pkBjPrQ ৰাতিপুৱা শুই উঠি ৩টা বস্তু দৰ্শন কৰিলে বিচৰাখিনি পাব পাৰি!– https://youtu.be/kroYmu6QDI4?si=TOn2tynhoYI5qqkY গাঁৱত কৰিব পৰা কেইটামান লাভজনক ব্যৱসায় আইডীয়া– https://youtu.be/5OM_XLO73YA?si=pFoa7nYVDZ78QOIo এবাৰ পঢ়িলেই সকলো মনত ৰৈ যাব, চাই লওক– https://youtu.be/mwSoOea3IYA?si=SSNzgX0uf8kejy5s ভাল মানুহৰ লগত কিয় বেয়া হয় চাই লওক– https://youtu.be/hSPUBv40ei8?si=KI9a8ToK9ZcNCf4y #chitraranjannath #chitraranjannathmotivationalvideo #chitraranjannathvideo #motivationalvideos #speech #motivation #inspiration #society #hearttouchingquotes #quotes #assamesemotivation #assam #2023 Your Queries- নিষ্ঠুৰ সমাজৰ আচল ৰূপটো চাই লওক CRUEL SOCIETY HEART TOUCHING VIDEO Motivational speech Assamese motivational speech chitra ranjan nath motivation

Comment