কোনে কয় নাৰী অৰ্ধ আকাশ, নাৰী পূৰ্ণাকাশ...
নাৰীয়েই শক্তি, নাৰীয়েই সমৃদ্ধি...
নাৰীতে সৃষ্টি, নাৰীতে সংস্কৃতি...
নাৰীক কিমান জানো, কিমান বুজো...
‘চিনাকি মুখৰ অচিনাকি কাহিনী’
HER STORYত আজি ৰাজনীতিক বিস্মিতা গগৈৰ Story
‘অবাধ্য’ বিস্মিতা গগৈ, ‘নিসংগ’ বিস্মিতা গগৈ, ‘গুৰুত্বহীন’ বিস্মিতা গগৈ!
কিহৰ বাধ্যত পৰি ৰাজনীতিলৈ আহিছিল বিস্মিতা গগৈ?
বিস্মিতা গগৈৰ জীৱনৰ বহু অকথিত কাহিনী
জুবি শইকীয়াৰ সৈতে ‘HER Story’
#PratidinTime #AssamNews #assam #HerStory #BismitaGogoi