MENU

Fun & Interesting

IAS অফিচাৰ হৈ যুৱতীয়ে ঠগিলে প্ৰেমিকক | সেই জেদতে এদিন কোটিপতি হ'ল প্ৰেমিক | heart touching story

Be positive 39,493 lượt xem 1 month ago
Video Not Working? Fix It Now

IAS অফিচাৰ হৈ যুৱতীয়ে ঠগিলে প্ৰেমিকক | সেই জেদতে এদিন কোটিপতি হ'ল প্ৰেমিক | heart touching story
#love #story #hearttouching


About This Video
এটা হৃদয়বিদাৰক প্ৰেম কাহিনী। গাৱৰ এজন সহজ সৰল যুৱকে ডাঙৰ চৰকাৰী অফিচাৰ হোৱাৰ সপোনলৈ চহৰলৈ আহিছিল। চহৰত অসামৰিক সেৱাৰ পৰীক্ষাৰ কাৰনে প্ৰস্তুতি চলাইছিল। তাতেই এগৰাকী যুৱতীৰে প্ৰেম হৈছিল যুৱকজনৰ। নিজে পঢ়া শুনা চলাই নিয়াৰ লগতে যুৱতীগৰাকীৰ সপোন পূৰ্ণ কৰিবলৈ যুৱকজনে অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু নিজৰ সপোন পূৰ্ণ হোৱাৰ পিছত যুৱতীগৰাকীয়ে যুৱকজনক বৰ বেয়াকৈ প্ৰতাৰণা কৰিলে। কেনেকৈ কি হৈছিল তেওঁলোকৰ মাজত সেয়া উল্লেখ আছে এই ভিডিঅটোত।


Your Queries

IAS অফিচাৰ হৈ যুৱতীয়ে ঠগিলে প্ৰেমিকক আৰু সেই জেদতে এদিন কোটিপতি হ'ল প্ৰেমিক
assamese true story
assamese real story
assamese original story
assamese true love story
assamese real love story video
heart touching assamese love story
assamese heart touching story
best heart broken love story
best assamese story
অসমীয়া সত্য কাহিনী
অসমীয়া story
অসমীয়া লাভ story
অসমীয়া সচা কাহিনী
বিবাহ বিচ্ছেদৰ কাহিনী
assamese video 2024 new



#lovestory #motivational #storytelling #storytime #stories #assamesestory #lovestatus #motivation #motivationalspeech #motivationalvideo #ias #iasmotivation #iasofficer #kahani #kahaniya #kahaniyainhindi #kahaniyan #truelovestory #truestory #truestories #hindistories #emotional #emotionalstory #tragicstory #tragiclovestory #assamesemotivatinalvideo #inspiration #inspirational #motivationalstory #sadstory #sad #lovecuples

Comment