MENU

Fun & Interesting

হৃদয়হীন পিতৃ II অসমীয়া চুটি ছবি II Hridoyhin Pitri II Assamese short movie

Video Not Working? Fix It Now

ননীমাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি "হৃদয়হীন পিতৃ" আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ | Our other channel link https://www.youtube.com/channel/UCvkqRnvtucVLE8lr2-kuVyg

Comment