গুৱাহাটীৰ ব্যৱসায়ীয়ে বাৰত লগ পাইছিল সুন্দৰী যুৱতীক৷ গঢ়ি উঠিছিল মধুৰ সম্পৰ্ক৷ কিনি দিছিল iPhone 12 Pro, iPhone 15. তাইৰ নামত খৰচ কৰিছিল ১০-১২ লাখ টকা৷ কিন্তু এতিয়া সকলো হ’ল ওলোটা, ঘটিল আন এক ঘটনা৷
Facebook: https://www.facebook.com/nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews