Jamunar Kesa Bali || যমুনাৰ কেঁচা বালি || Urmila Das Dey || Dihanam || Horinam || Kamala Gogoi
কথা সুৰ-কমলা গগৈ
কণ্ঠ- উৰ্মিলা দাস দে
বিশেষ কৃতজ্ঞতা
গুৰু-কমলা গগৈ
গুৰু-মুনিন বৰা
দুলাল শইকীয়া
শ্ৰদ্ধাৰে সুঁৱৰিছো গুৰু প্ৰয়াত বদন মলীয়া দেৱ
জালুক গাঁৱ বৰ নামঘৰ পৰিচালনা সমিতি
Reed & Rhythm studio
দলৰ সহযোগী সদস্যা সকল ___
জ্যোতি আচাৰ্য শৰ্মা
আভাৰাণী শইকীয়া
বুলী বৰগোহাঁই
মৌচুমী হাজৰিকা
বেলি দে
মঞ্জু মেচ
মালবিকা শইকীয়া
বিউটি শইকীয়া
ছায়া ৰাণী শইকীয়া
পুস্পাঞ্জলী বড়া
কাকলি শৰ্মা বৰঠাকুৰ
জুলী আচাৰ্য শৰ্মা
ইনু বৰা
প্ৰতিলিপি শইকীয়া
মুন শইকীয়া
মণিকা গগৈ মালাকাৰ
দুৰ্গেশ্বৰ বৰা
মুকুতা শইকীয়া
অশ্বিনী শইকীয়া
বিপ্লৱ গগৈ
শব্দ সংমিশ্ৰণ-পাৰ্থ কুকিল শইকীয়া
প্ৰযোজনা-শ্ৰী উত্তম দে
খোল-তাল-নেগেৰা-দধি দাস
বাঁহী-চিন্ময় বৰুৱা
সংগীত-পাৰ্থ কুকিল
শব্দ গ্ৰহণ/সংমিশ্ৰণ-পার্থকুকিল(REED&RHYTHM STUDIO)
আধ্যাত্মিক মহিলা সমাজ ( আমগুৰি , শিৱসাগৰ জিলা )
যোগাযোগৰ নম্বৰ-9434203219
ঘোষা::: যমুনাৰ কেঁচা বালি
ৰূপালী জোনালী,
গোপী সংগে কেলী কৰে
কৃষ্ণ বনমালী।
কামশূন্য পৰমাত্মা
কিনো তোমাৰ লীলা
বৃন্দাবনে নৰৰূপে
গোপী উদ্ধাৰিলা।
হৰি অ অ অ কিনো তোমাৰ লীলা।।
পদ:: দৈৱকীৰ উদৰে জন্ম
কংসৰ কাৰাগাৰে
বাসুদেৱে থৈলে তোমাক
নন্দ ৰজাৰ ঘৰে।
ইদিনা সিদিনা কৰি
যেন চন্দ্ৰকলা,
ব্ৰজধামে গোপৰ সংগে
ডাঙৰ দীঘল হৈলা।
খৰতাল::::
ঘোষা ::
ভকত বৎসল তুমি কৰুণা সাগৰ
নাম ল'লে ভকতৰ নালাগে ভাগৰ।
পদ:: অনিত্য সংসাৰ মধ্যে নিত্য নাৰায়ণ
সন্তক ৰাখিছা প্ৰভু গোপিনীৰ ধন।
তোমাৰ চৰণ ৰেণু পায়া গোপী _গণ
সম্ফল কৰিলে প্ৰভু মনুষ্য জীৱন।
#anupombitupon
#anupambitupon
#tukarigeet
#dihanam
#bhoktimulokgeet
#horinam
#newhorinam
#bhoktigeet
#jamunarkesabali
AnupomBitupon
Horinam
dihanam
Jomunar Kesa Bali
horenam
dehanam
Komola Gogoi
kamala gogoi dihanam
kamala gogoi
dhemaji dihanam
anupom bitupon dihanam
new dihanam
new assamese dihanam
dihanaam
dihanam 2023
dihanam song assamese
dihanam song video
komola gogoi dihanam song
bhokti song assamese
bhokti mulok geet
bhokti mulok gan
bhakti song
hori nam song