MENU

Fun & Interesting

কালসৰ্প দোষ// Kaalsarpa Dosh// Dipankar Sarma

Dipankar Sarma 41,756 6 years ago
Video Not Working? Fix It Now

কালসৰ্প দোষ এক প্ৰকাৰৰ ভয়ংকৰ দোষ। জ্যোতিষ শাস্ত্ৰত এই দোষটোক এক প্ৰকাৰৰ অশুভ দোষ হিচাপে চিহ্নিত কৰিছে। এই দোষৰ ফলত মানুহৰ বহুতো অপায় অমংগল তথা বিপদ বিঘিনি হয়। এই দোষে মানুহক ৰজাৰ পৰা চণ্ডাললৈ পৰিৱৰ্তন কৰিব পাৰে। ভিডিওটোত এই দোষৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা হৈছে। লগতে দিয়া হৈছে প্ৰতিকাৰ। যদি ভিডিওটো ভাল পায় like , share আৰু subscribe কৰিব। #কালসৰ্পদোষ #Kaalsarpa এই সপ্তাহৰ ৰাশিফল https://youtu.be/jbSq9Ba6wqY সপোনৰ ফলাফল https://youtu.be/OXConXjZnls ২২ মে ' তাৰিখৰ পৰা সলনি হব আপোনাৰ ভাগ্য https://youtu.be/2T5DoF0j7v0 ক'লা মেকুৰীয়ে বাট কাটিলে https://youtu.be/1hwwohqHhW4 নতুন বছৰটোৰ ৰাশিফল https://youtu.be/f-YmTtL2hGA মেষ ৰাশিৰ নতুন বছৰটো কেনে যাব https://youtu.be/NpeNIa1iEc4 বৃষ ৰাশিৰ নতুন বছৰটো কেনে যাব https://youtu.be/eMzU7vgMvaQ মিথুন ৰাশিৰ নতুন বছৰটোৰ ৰাশিফল https://youtu.be/NHI5Fo-im1U কৰ্কট ৰাশিৰ ৰাশিফল https://youtu.be/OA7dbhe5yGs My Email Id- [email protected] Facebook- www.facebook.com/dipankar.sarma.7311

Comment