MENU

Fun & Interesting

MOROHA ONGOTHA FUL || BISHWAJIT KHATOWAL(TRIBUTE TO RAJIB SADIYA)||NEW ASSAMESE SONG 2025

BISHWAJIT KHATOWAL MUSICAL 262,079 2 weeks ago
Video Not Working? Fix It Now

কথা-সঞ্জীৱ বৰা কণ্ঠ/সুৰ-বিশ্বজিৎ খাটোৱাল সংগীত-ভাস্কৰ নীলম গগৈ বাঁহী-বিশ্বজিৎ সোনোৱাল আবৃত্তি-ৰাজীৱ কোঁৱৰ LYRICS (১) টুপচিঙা গাৱৰে ৰাজীৱ শদিয়াই বুকুখন ঠেকেছি গ'ল, যাও বুলিয়েই যায়নে এনেকৈ আই নিঠৰুৱা হ'ল। টুপচিঙা গাৱৰে ৰাজীৱ শদিয়াই বুকুখন ঠেকেছি গ'ল, যাও বুলিয়েই যায়নে এনেকৈ আই নিঠৰুৱা হ'ল। ব্ৰজ শব্দৰে মেদিনী কপালি ৰুদ্ৰ কন্ঠৰে জগালি তৰুন, মুগ্ধ চেতনাৰে জাতিটো জগালি নিজৰে কাহিনী লিখিলি কৰুন। চিঞৰি চিঞৰি চেতনা বিলালি শতৰুক শতবাৰ হুংকাৰ দিলি মঞ্চ কপালি সকলো সপিলি গণ মঞ্চত সমাধি ললি। (2) ককাই ঐ খালি তই খুলি! পোনাই তোৰ বাটে চাই নঙলাৰ মুখতে গান গাই ঘৰলে আহিবি বুলি। আন্ধাৰ হ'ল গাও খন জাতিটোৰ ৰিঙা মন মাৰ গ'ল বৌদেউৰ কপালৰ বেলি, আই পিতাইয়ে গাওৰ বাই ভাইয়ে বাট চাই আহিবি বুলি। টোপচিঙা গাওৰ চিলিম চিঙিলে অহা বাৰ ভাওনা শিকাব কোনে ? খোলটো হাতত লৈ ৰাইজৰ লগত গৈ ৰাৱন বধ চেওতো বজাব কোনে। শদিয়াত সতফুল ফুলিব আকৌ ৰজিব ৰা-জীৱ শদিয়া জুৰি, পৰ জনমৰ পৰিক্ৰমা কৰি জাতিৰ বাবেই তই আহিবি ঘূৰী। (৩) গাওৰ ঘৰে ঘৰে নগৰা চেও দি হৰি নাম ধ্বনীৰে বিলালি সুৰ, ইমান কোলাহল দেখা নাই জনঢল হৃদয় বাজিছে গীতকে তোৰ। জাতিতোৰ বিপদত আহিবি নে গীতেৰে জাতিটো জগাবলে!! কথা দে কথা দে আহিবি তই গাৰ নুম শিয়ৰে আইয়ে তোক চিঞৰে বাট চাই লুইতৰ পাৰতে ৰৈ বাট চাই লুইতৰ পাৰতে ৰৈ বাট চাই লুইতৰ পাৰতে ৰৈ

Comment