Most beautiful village in Dibrugarh# Madhupur Deori Gaon#মধুপুৰ দেউৰী গাওঁ#ডিব্ৰুগড়
মধুপুৰ দেউৰী গাওঁ ডিব্ৰুগড়ৰ চহৰৰ পৰা প্ৰায় ৩৫ কিঃমিঃ ৰ নিলগত অৱস্থিত।দেউৰী জনগোষ্ঠীয় গাওঁ ৰূপে পৰিচিত দৃষ্টিনন্দন প্ৰাকৃতিক পৰিবেশে যিকোনো পৰ্যটককে সহজতে আকৰ্ষণ কৰিব।সাংস্কৃতিক ভাৱে তথা ঐতিহাসিক ভাৱে অতি সমৃদ্ধিশালী গাওঁখনৰ বিষয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেডিঅ' জ্ঞানমালিনীৰ এয়া এক বিশেষ প্ৰতিবেদন।