MENU

Fun & Interesting

Mrityunjay -- Nagara Naam

Voice of RDS 216,105 6 years ago
Video Not Working? Fix It Now

Nagara Naam is a performing art which includes tales from vedas or upanishads along with locamotive tales.Performers of this art can be found across some of the major cultural districts like Darang, Barpeta, Kamrup etc. Please like and subscribe our channel and join us. প্ৰভূসকল, যোৱা ২৩ আগষ্ট (2018)ৰ দিনা বাণীবদ্ধহোৱা যি দুটা নাগাৰা নামৰ কথা আপোনালোকক জনাইছিলো তাৰে এটা আজি আপোনালোকলৈ আগবঢ়ালো ! "মৃত্যুঞ্জয়" নামৰ এই নামটি পৰিবেশন কৰিছে জনপ্ৰিয় পাঠক শ্ৰীযুত চণ্ডী পাটোৱাৰী ডাঙৰীয়াই ! নামটিৰ কাহিনীভাগ লোৱা হৈছে মহাভাৰতৰ পৰা ! নাগাৰা নাম অভিযোজনা আৰু পৰিচালনা শিল্পীগৰাকীৰ নিজৰ ! প্ৰযোজনা মোৰ অৰ্থাৎ voice of RDS ৰ ! আগৰ নামবোৰৰ দৰেই মৃত্যুঞ্জয়কো প্ৰভূসকলে আদৰি ল'ব বুলি আশা কৰিলো ! দুদিন পিছতে আগবঢ়াম মানব জ্যোতি কলিতাৰ আন এটি নাম "যুধিষ্ঠিৰৰ অভিশাপ" ! প্ৰভূসকললৈ অনুৰোধ যাতে চেনেলটো চাবস্ক্ৰাইব কৰে ! তেতিয়াহে মই এই দিশত আগুৱাই যাবলৈ উৎসাহ পাম ! সমুখত পৰিকল্পনা ঢেৰ ! পাঠক চণ্ডী পাটোৱাৰী দেৱৰ ফোন নম্বৰঃ 9365025048 মোৰ লগত যোগাযোগ কৰিবলৈ তলৰ ফোন নম্বৰ দুটা ব্যৱহাৰ কৰিবঃ 70021-32449 95776-72710 মোৰ ই-মেইল আইডি-- [email protected] তলত ইতিপূৰ্বে আপলোড কৰা নামসমূহৰ লিংক দিলো ! মন কৰিলে ক্লিক কৰি চাব পাৰিব ! জনপ্ৰিয় পাঠক শ্ৰীযুত ভৱেন চন্দ্ৰ কলিতাৰ নাৰদৰ ত্যাগ পৰীক্ষা https://youtu.be/a9g_PPDz6LM জনপ্ৰিয় পাঠক তৰুণ চন্দ্ৰ কাকতিৰ ধৰ্মধ্বজাৰ জন্ম https://youtu.be/-Ha1z0GvhZs জনপ্ৰিয় পাঠক ভৱেন চন্দ্ৰ কলিতাৰ আন এটি নাম দশৰথৰ পূৰ্বজন্ম https://youtu.be/qN8NUpDu2VM অসম তথা ইউ পি আৰু বিহাৰৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ আৰু ভৱেন চন্দ্ৰ কলিতাই পৰিবেশন কৰা নাম দুঃশল বধ https://youtu.be/Kb79ErjzfHM

Comment