Pig Farming | গাহৰি পালন | Gahori palon |
মনটো ভাল লাগে এইবোৰ কৰি , এইবোৰ কৰিও নিবনুৱা সমস্যা দূৰ কৰিব পৰা যায় ।
মইও সেইবাবেই গাহৰি পালনৰ প্ৰতি আগ্ৰহী হৈছো । Youtube অত বেলেগৰ গাহৰিৰ পৰা উপাৰ্জন কৰাৰ ভিডিঅ বোৰ চাই মইও আজিৰে পৰা আৰম্ভ কৰিছোঁ ।
এই ভিডিঅটো চাই যাতে আন ১০ জনে উপকৃত হয় ,হেই বুলিএ আপোনালোকলৈ আগবঢ়ালো ।
চাবচোন
#Pig Farming #Gahori Palon #গাহৰি পালন
শেষত ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ 🙏🙏🙏