প্লাষ্টিকৰ আবিস্কাৰে যদিওবা আমাৰ জীবন সুগম কৰি তুলিলে, কিন্তু ইয়াৰ ব্যৱহাৰৰ ফলত হব পৰা ক্ষতিৰ বিষয়ে আমি অবগত নহয়।
সকলো ধৰণৰ প্লাষ্টিক বিপদজনক নহয় যদিও আমি প্লাষ্টিকৰ বাচন কিনোতে কিছুমান সাবধানতা অৱলম্বন কৰা উচিত।
চৰকাৰে কিচুমান প্লাষ্টিক Food Grade Safe বুলি নিৰ্ধাৰণ কৰিছে।
এই ভিডিঅটোৰ যোগেদি মই আপোনালোকক এই বিষয়ে অবগত কৰাবলৈ চেষ্টা কৰিছো।
আশা কৰিছো ভিডিঅটো আপোনালোকে শেয়াৰ কৰি আনকো এই বিষয়ে সজাগ কৰি দিব।
ধন্যবাদ।