"সদৌ অসম আধ্যাত্মিক শিল্পী সমাজৰ"উদীয়মান কণ্ঠশিল্পী ৰাজীৱ বৰুৱাৰ সুমধুৰ কণ্ঠত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত পাঠ আপোনালোকলৈ আগবঢ়াই দিয়া হৈছে, সকলোৱে মৰমে আদৰি লব বুলি আশা ৰাখিলো🙏🙏🙏
বাঁহী-চিন্ময় বৰুৱা
কিবর্ড,তানপুৰা-পার্থ কুকিল শইকীয়া
প্ৰযোজনা/পৰিচালনা-দ্বীপেন দত্ত
বাণীবদ্ধন-অডিঅ ৱৰ্ল্ড ,যোৰহাট(বুবু)
কৃতজ্ঞতা-"দিহাসম্ৰাট"কমলা গগৈ/"সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ"
Please Share&Subscribe Sumit Saikia official.
#ভাগৱতপাঠ#ৰাজীৱবৰুৱা